ScriptCritical's profile picture. The world needs more voices standing alongside humanity. We're one of those voices who speaks for the interest of our brotherhood & sisterhood.

The Critical Script

@ScriptCritical

The world needs more voices standing alongside humanity. We're one of those voices who speaks for the interest of our brotherhood & sisterhood.

কাজিৰঙা গল্ফ ৰিজৰ্টত এক সুন্দৰ অভিজ্ঞতা লাভ কৰক। এই ঐতিহ্যমণ্ডিত ডাক বঙলাটো ১২০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগত জড়িত হৈ আছে এক গৌৰৱময় অতীত। #kazirangagolfresort #jorhat #burrasahebbunglow #assam #history


On the evening of November 10, 2025, a white Hyundai i20 parked near Delhi’s Red Fort erupted in flames, shattering the calm of a historic neighborhood and claiming at least a dozen lives. Read more... #delhiblast #india thecriticalscript.com/article-detail…


১৮৮২ চনত মাহেকীয়া কাকত আসাম বিলাসিনীৰ জীৱিত কালত গুৱাহাটীৰ পৰা "আসাম নিউজ” প্রকাশিত হয়। 'আসাম নিউজ' কাকতখনৰ সম্পাদক হেমচন্দ্ৰ বৰুৱা। এইখনেই প্রথম অসমীয়া সাপ্তাহিক বাতৰিকাকত। কাকতখন অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত প্রকাশিত হৈছিল। #assam #assamesenewspaper #History

ScriptCritical's tweet image. ১৮৮২ চনত মাহেকীয়া কাকত আসাম বিলাসিনীৰ জীৱিত কালত গুৱাহাটীৰ পৰা "আসাম নিউজ” প্রকাশিত হয়। 'আসাম নিউজ' কাকতখনৰ সম্পাদক হেমচন্দ্ৰ বৰুৱা। এইখনেই প্রথম অসমীয়া সাপ্তাহিক বাতৰিকাকত। কাকতখন অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত প্রকাশিত হৈছিল।

#assam #assamesenewspaper #History

প্রাচীন কালৰে পৰা বেলতলা কামৰূপৰ এক ৰাজনৈতিকভাৱে সক্রিয় অঞ্চল। প্রাচীনকালত ই ঐতিহাসিক কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আৰু পিছলৈ কোচ-কমতা সাম্রাজ্যৰ অধীন হয়। পিছলৈ মোগল শাসনৰ এক কৰতলীয়া ৰাজ্যলৈ পৰিৱৰ্তিত হয়। #gauhati #beltola #history #assam

ScriptCritical's tweet image. প্রাচীন কালৰে পৰা বেলতলা কামৰূপৰ এক ৰাজনৈতিকভাৱে সক্রিয় অঞ্চল। প্রাচীনকালত ই ঐতিহাসিক কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আৰু পিছলৈ কোচ-কমতা সাম্রাজ্যৰ অধীন হয়। পিছলৈ মোগল শাসনৰ  এক কৰতলীয়া ৰাজ্যলৈ পৰিৱৰ্তিত হয়।

#gauhati #beltola #history #assam

In the serene mountains of #Tawang, the Monpa artisans breathe life into wood, carving divine masks that embody deities, animals, and sacred stories. Each mask is more than art; it is a vessel of protection and spiritual devotion, passed down through generations. #MonpaTribe

ScriptCritical's tweet image. In the serene mountains of #Tawang, the Monpa artisans breathe life into wood, carving divine masks that embody deities, animals, and sacred stories. Each mask is more than art; it is a vessel of protection and spiritual devotion, passed down through generations.

#MonpaTribe

দিল্লী বিস্ফোৰণক লৈ আহিছে নতুন নতুন তথ্য।উল্লেখ্য যে সোমবাৰে সন্ধিয়া লালকিল্লাৰ সমীপত সংঘটিত হৈছিল দেশ কঁপাই যোৱা এক ভয়ংকৰ বিস্ফোৰণ।লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ ওচৰত এখন i20 গাড়ী বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন আহত হয়। #delhibombblast #delhi


ভাৰতত ৰাধাবিনোদ পাল‌, জাপানত তেওঁক অতি সন্মান কৰা হয়। এই ভাৰতীয় ন্যায়াধীশগৰাকী দেৱতা হিচাপেও তাত শ্ৰদ্ধা কৰা হয়। এই কাৰণেই তেওঁৰ স্মৃতিত জাপানৰ ইয়াছুকুনি মন্দিৰ আৰু কিয়’ট’ৰ ৰিয়াজেন গকোকু মন্দিৰত বিশেষ স্মৃতিসৌধ স্থাপন কৰা হৈছে। #radhabinodpal thecriticalscript.com/article-detail…

ScriptCritical's tweet image. ভাৰতত ৰাধাবিনোদ পাল‌, জাপানত তেওঁক অতি সন্মান কৰা হয়। এই ভাৰতীয় ন্যায়াধীশগৰাকী দেৱতা হিচাপেও তাত শ্ৰদ্ধা কৰা হয়। এই কাৰণেই তেওঁৰ স্মৃতিত জাপানৰ ইয়াছুকুনি মন্দিৰ আৰু কিয়’ট’ৰ ৰিয়াজেন গকোকু মন্দিৰত বিশেষ স্মৃতিসৌধ স্থাপন কৰা হৈছে।

#radhabinodpal 

thecriticalscript.com/article-detail…

মাৰ্ঘেৰিটা ইটালীৰ কোনো চহৰ নহয়, ই অসমৰ তিনিচুকীয়া জিলাৰ এখন ঠাইৰ নাম, যাক ইটালীৰ ৰাণী মাৰ্ঘেৰিটাৰ নামেৰে নামাকৰণ কৰা হৈছে। এই ঠাইখন ১৮৮০-ৰ দশকত, ডিহিং নদীৰ ওপৰত এটা দলং নিৰ্মাণ কৰিবলৈ অহা এজন ইটালীয়ান অভিযন্তা ৰবাৰ্টো পেগানিনিৰ নেতৃত্বত গঢ়ি উঠিছিল। #Margherita #history


তিনিচুকীয়াৰ পৰা ৭ কিঃমিঃ নিলগৰ বৰডুবিত অৱস্থিত টিলিঙা মন্দিৰ। ই এক গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্টনৰ স্থলী। এই মন্দিৰৰ প্রাংগনত সমাগম হোৱা অজস্র ভক্তই টিলিঙা বন্ধাৰ পৰম্পৰা আছে। মন্দিৰৰ চৌপাশে হাজাৰ হাজাৰ টিলিঙা ওলমি থকা বাবে এই মন্দিৰ টিলিঙা মন্দিৰ নামেৰে জনপ্রিয়। #tilingamandir

ScriptCritical's tweet image. তিনিচুকীয়াৰ পৰা ৭ কিঃমিঃ নিলগৰ বৰডুবিত অৱস্থিত টিলিঙা মন্দিৰ। ই এক গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্টনৰ স্থলী। এই মন্দিৰৰ প্রাংগনত সমাগম হোৱা অজস্র ভক্তই টিলিঙা বন্ধাৰ পৰম্পৰা আছে। মন্দিৰৰ চৌপাশে হাজাৰ হাজাৰ টিলিঙা ওলমি থকা বাবে এই মন্দিৰ টিলিঙা মন্দিৰ নামেৰে জনপ্রিয়।

#tilingamandir

বিশ্বকাপ জয় কৰি স্বগৃহলৈ উমা চেত্রী। কিন্তু উমাক আদৰণিৰ বাবে চৰকাৰ, ACA এ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিল। গোর্খা ছাত্ৰ সন্থাই উজাৰিলে ক্ষোভ। ACAৰ হৈ অনুষ্টুপীয়াকৈ মাথোঁ দুজনমান কর্মকর্তাই বিমানবন্দৰত আদৰিলে উমাক। #womenworldcup2025 #indiachampion #umachetry


বিশ্বকাপ জয় কৰি স্বগৃহলৈ উমা চেত্রী। কিন্তু উমাক আদৰণিৰ বাবে চৰকাৰ, ACA এ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিল। গোর্খা ছাত্ৰ সন্থাই উজাৰিলে ক্ষোভ। ACAৰ হৈ অনুষ্টুপীয়াকৈ মাথোঁ দুজনমান কর্মকর্তাই বিমানবন্দৰত আদৰিলে উমাক। #womenworldcup2025 #indiachampion #umachetry

ScriptCritical's tweet image. বিশ্বকাপ জয় কৰি স্বগৃহলৈ  উমা চেত্রী। কিন্তু উমাক  আদৰণিৰ বাবে চৰকাৰ, ACA এ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিল। গোর্খা ছাত্ৰ সন্থাই উজাৰিলে ক্ষোভ। ACAৰ হৈ অনুষ্টুপীয়াকৈ মাথোঁ দুজনমান কর্মকর্তাই বিমানবন্দৰত আদৰিলে উমাক।

#womenworldcup2025 #indiachampion #umachetry
ScriptCritical's tweet image. বিশ্বকাপ জয় কৰি স্বগৃহলৈ  উমা চেত্রী। কিন্তু উমাক  আদৰণিৰ বাবে চৰকাৰ, ACA এ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিল। গোর্খা ছাত্ৰ সন্থাই উজাৰিলে ক্ষোভ। ACAৰ হৈ অনুষ্টুপীয়াকৈ মাথোঁ দুজনমান কর্মকর্তাই বিমানবন্দৰত আদৰিলে উমাক।

#womenworldcup2025 #indiachampion #umachetry

In the quiet town of Tezpur, where the Brahmaputra drifts past ancient legends and colonial ruins, stands a crumbling yet sacred structure - Jonaki Cinema Hall, Assam’s first permanent movie theatre. Read more.. #jonakihal #assamesecinema #assam #tezpur thecriticalscript.com/article-detail…


From the earthy taste of Khar to the tangy Masor Tenga and the festive sweetness of Pitha, Assamese cuisine celebrates simplicity, freshness, and tradition. Every dish tells a story of the land, its rivers, and its people. #AssameseCuisine #TasteOfAssam #Khar #MasorTenga

ScriptCritical's tweet image. From the earthy taste of Khar to the tangy Masor Tenga and the festive sweetness of Pitha, Assamese cuisine celebrates simplicity, freshness, and tradition. Every dish tells a story of the land, its rivers, and its people. 

#AssameseCuisine #TasteOfAssam #Khar #MasorTenga

উনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিশৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। Read more... #Patharughatbattle #assam #history thecriticalscript.com/article-detail…


অসমীয়া চিনেমাৰ বাবে আহিছে এক সুখবৰ।শশাংক সমীৰ পৰিচালিত ছবি 'ভাইমনদা' ৫৬সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনেৰোমা’ শাখাত নিৰ্বাচিত হৈছে।প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এই সন্মান উছৰ্গা কৰা বুলিও অৱগত কৰে শশাংক সমীৰে। #assamesemovie

ScriptCritical's tweet image. অসমীয়া চিনেমাৰ বাবে আহিছে এক সুখবৰ।শশাংক সমীৰ পৰিচালিত ছবি 'ভাইমনদা' ৫৬সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনেৰোমা’ শাখাত নিৰ্বাচিত হৈছে।প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এই সন্মান উছৰ্গা কৰা বুলিও অৱগত কৰে শশাংক সমীৰে।

#assamesemovie

গুৱাহাটীৰ শিলপুখুৰীৰ প্ৰাচীন নাম হ'ল ন-কোণীয়া পুখুৰী। ইংৰাজৰ ৰাজত্বকাললৈকে এই পুখুৰীৰ নাম ন-কোণীয়া পুখুৰী আছিল। পিছত পুখুৰীৰ পাৰত থকা এচটা পুৰণি লিপিখচিত শিলৰপৰাই এই পুখুৰীৰ নাম শিলপুখুৰী হয় বুলি ধৰা হয়। #assam #gauhati #silpukhuri

ScriptCritical's tweet image. গুৱাহাটীৰ শিলপুখুৰীৰ প্ৰাচীন নাম হ'ল ন-কোণীয়া পুখুৰী। ইংৰাজৰ ৰাজত্বকাললৈকে এই পুখুৰীৰ নাম ন-কোণীয়া পুখুৰী আছিল। পিছত পুখুৰীৰ পাৰত থকা এচটা পুৰণি লিপিখচিত শিলৰপৰাই এই পুখুৰীৰ নাম শিলপুখুৰী হয় বুলি ধৰা হয়।

#assam #gauhati #silpukhuri

The death of a cultural icon, Zubeen Garg, was not just the end of a man, but the beginning of a political theatre that exposed the uneasy relationship between power, public emotion, and justice. Read more... #ZubeenGarg #death #legend #politics thecriticalscript.com/article-detail…


গুৱাহাটী মহানগৰীৰ ১৯৬৮-৬৯ চনত আমবাৰীতে বহু প্রত্নতাত্ত্বিক সম্পদৰ সন্ধান পোৱা গৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম প্রত্নতত্ত্ব সঞ্চালকালয়ে যুটীয়াভাৱে ১৯৬৯-৭০ চনত প্ৰথমবাৰৰ বাবে এই স্থানত খনন কাৰ্য্য আৰম্ভ কৰিছিল। #gauhati #ambari #HistoricalSites #assam

ScriptCritical's tweet image. গুৱাহাটী মহানগৰীৰ ১৯৬৮-৬৯ চনত আমবাৰীতে বহু প্রত্নতাত্ত্বিক সম্পদৰ সন্ধান পোৱা গৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম প্রত্নতত্ত্ব সঞ্চালকালয়ে যুটীয়াভাৱে ১৯৬৯-৭০ চনত প্ৰথমবাৰৰ বাবে এই স্থানত খনন কাৰ্য্য আৰম্ভ কৰিছিল।

#gauhati #ambari #HistoricalSites #assam

The voice that echoed the soul of Assam, the heart that sang for humanity — Dr. Bhupen Hazarika will forever live through his songs and spirit. #BhupenHazarika #LegendLivesOn

ScriptCritical's tweet image. The voice that echoed the soul of Assam, the heart that sang for humanity — Dr. Bhupen Hazarika will forever live through his songs and spirit.

#BhupenHazarika #LegendLivesOn

সৰোজিনী নাইডু কেৱল ব্ৰিটিছৰ পৰা স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী সাহসী ভাৰতীয়ই নহয়, এগৰাকী সামাজিক কৰ্মীও আছিল।তেওঁ আছিল এগৰাকী মহান কবি, নাৰীৰ অধিকাৰৰ সমৰ্থক, যুক্তি আৰু মানৱতাবাদৰ স্পষ্টবাদী কণ্ঠ... Read more... #nightingaleofindia #sarojininaidu thecriticalscript.com/article-detail…

ScriptCritical's tweet image. সৰোজিনী নাইডু কেৱল ব্ৰিটিছৰ পৰা স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী সাহসী ভাৰতীয়ই নহয়, এগৰাকী সামাজিক কৰ্মীও আছিল।তেওঁ আছিল এগৰাকী মহান কবি, নাৰীৰ অধিকাৰৰ সমৰ্থক, যুক্তি আৰু মানৱতাবাদৰ স্পষ্টবাদী কণ্ঠ...  Read more...

#nightingaleofindia #sarojininaidu 

thecriticalscript.com/article-detail…

Loading...

Something went wrong.


Something went wrong.