Nipa Moni Kalita
@nipakalita1
Chirang District Prabhari BJP Mahila Morcha Assam Pradesh
You might like
মাননীয় প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াৰ মেজিক বিহাৰত…🙏 বিহাৰত পূৰ্বতকৈও অধিক আসন লাভ কৰি চমকপ্ৰদ প্ৰদৰ্শন NDAৰ…✌️ @himantabiswa
মামণি ৰয়ছম গোস্বামী বাইদেউৰ হৃদয়স্পৰ্শী সৃষ্টিসম্ভাৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি পঢ়ুৱৈসকলৰ মন-মগজুত আলোড়ন সৃষ্টি কৰি থৈ গৈছে। জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া শ্ৰদ্ধাৰ মামণি বাইদেউক আজি পবিত্ৰ জন্মবাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনালোঁ।
''আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত'' আজি ১৪ নবেম্বৰ শিশু দিৱস উপলক্ষে মৰমৰ শিশু সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
আমাৰ সনাতন ধৰ্ম আমাৰ গৌৰৱ🙏 📌 উত্তৰাখণ্ডত অৱস্থিত শ্ৰীশ্ৰী বদ্ৰীনাথ মন্দিৰ দৰ্শনেৰে আজিৰ দিনতোৰ শুভাৰম্ভ কৰোঁ আহক !!
স্বচ্ছ,নিকা আৰু মেধাভিত্তিত আজি পুনৰ ৮,২০৬ টা পদৰ বিপৰীতে প্ৰাৰ্থীসকলক খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান খেলপথাৰত আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ বিতৰণ কৰি ডেৰ লাখ নিযুক্তিৰ দিশে এটি বলিষ্ঠ খোজ দিয়াৰ ক্ষণত মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa ডাঙৰীয়াৰ স্পষ্ট মন্তব্য…… 👉"গৌৰৱ গগৈৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেন্টৰ দৰে কাম কৰি আহিছে" 👉"সেয়েহে যিকোনো ঘটনাৰ পিছত তেওঁ পাকিস্তানক সমালোচনা কৰিব নোৱাৰে, তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবলৈ"
ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত @narendramodi ডাঙৰীয়াই যোৱাকালি চিকিৎসালয়ত উপস্থিত হৈ দিল্লী বোমা বিস্ফোৰণত আহতসকলৰ স্বাস্থ্যৰ বুজ ল'য়। সকলোৰে আৰোগ্য কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ🙏
শিৱ বাবাৰ বাসগৃহ কাশী বিশ্বনাথ মন্দিৰ দৰ্শনেৰে শুভাৰম্ভ কৰোঁ আহক আজিৰ দিনতো🙏
বৰেণ্য চলচ্চিত্ৰ পৰিচালক তথা প্ৰসিদ্ধ চিত্ৰশিল্পী পুলক গগৈদেৱেৰ আজি পৱিত্ৰ পুণ্যতিথিত মহান অসমীয়াগৰাকীক বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ৷
আমাৰ সনাতন ধৰ্ম আমাৰ গৌৰৱ !! আজিৰ দিনতো আপোনাৰ শুভ হওক তাৰে কামনা কৰিলোঁ 🙏
📌 মিঞা সকলে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ ভুৱা অনুৰাগী হৈ আছে 📌 বিভিন্ন ভিতৰুৱা অঞ্চলত হৈ থকা ইস্তেমাসমূহত জুবিন গাৰ্গৰ ফটো ৰখা নাই 📌 জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি, অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব 📌 আমি ৰাস, পূজা সকলোতে জুবিন গাৰ্গক স্মৰণ কৰিছোঁ । @himantabiswa
আমাক লাগে বেদখলমুক্ত অসম… @himantabiswa , @DilipSaikia4Bjp , @jayanta_malla , @Pijush_hazarika , @BJP4Assam
ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ মহিলা মৰ্চাৰ মাননীয়া সভানেত্ৰী শ্ৰীযুতা নিলীমা দেৱী ডাঙৰীয়ানী বাইদেউৰ নিৰ্দেশ মৰ্মে মোক চিৰাং জিলাৰ মহিলা মৰ্চাৰ প্ৰভাৰী হিচাপে গুৰু দায়িত্ব দিয়াত বাইদেউ লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই নিষ্ঠা আৰু সততাৰে দলে দিয়া এই দায়িত্ব পালন কৰি যাম।
ভূটানৰ পৰা ধমক দিলে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত @narendramodi ডাঙৰীয়াই… দিল্লীৰ নাৰকীয় কাণ্ডৰ আঁৰত থকাসকলক কেতিয়াও ৰেহাই দিয়া নহব৷ দেশক অশান্ত কৰিব বিচৰা অপশক্তিক প্ৰতিহত কৰিবলৈ সদায় সাজু বিজেপি চৰকাৰ। @himantabiswa , @jayanta_malla , @Pijush_hazarika
সন্ত্ৰাসবাদৰ ধৰ্ম নাই বুলিনো কেনেকে কওঁ? প্ৰতিবাৰে এটা বিশেষ সম্প্ৰদায়ৰ লোক জড়িত থাকে। @himantabiswa
প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক ডিম্বেশ্বৰ নেওগদেৱক পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমীয়া সাহিত্যত 'ইন্দ্ৰধেনুৰ কবি' বুলিও জনাজাত ডিম্বেশ্বৰ নেওগদেৱে আমাৰ ভাষা-সাহিত্যৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদান চিৰস্মৰণীয় হৈ থাকিব।
'ৰামদুত অতুলিত বলধামা। অঞ্জনিপুত্ৰ পবনসুত নামা।' জয়শ্ৰী ৰাম । জয় হনুমান ।। পবন পুত্ৰ হনুমান কি জয়।। শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম ।। আজিৰ দিনতো আপোনাৰ শুভ হওক তাৰে কামনা কৰিলোঁ।
দিল্লীৰ লালকিল্লাৰ ওচৰত হোৱা বিস্ফোৰণৰ ঘটনাত গভীৰ ভাবে মৰ্মাহত হৈছোঁ।পীড়িত সকলৰ পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকল শীঘ্ৰেই আৰোগ্য লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
Photo Of The Day 🙏 📍এনেদৰেই জ্যেষ্ঠজনৰ আশিস আৰু কণিষ্ঠৰ মৰমেৰে আমাৰ ৰাজ্যখনক প্ৰগতিৰ দিশলৈ আগবঢ়াই লৈ গৈ থাকক, তাৰেই কামনা কৰিছোঁ। ড° @himantabiswa ডাঙৰীয়া এগৰাকী প্রকৃত জনসেৱক।
United States Trends
- 1. #FinallyOverIt 5,386 posts
- 2. #TalusLabs N/A
- 3. Summer Walker 17K posts
- 4. 5sos 21.5K posts
- 5. #criticalrolespoilers 4,100 posts
- 6. Justin Fields 10K posts
- 7. Jets 68.3K posts
- 8. #GOAI 3,010 posts
- 9. Patriots 151K posts
- 10. Go Girl 25.5K posts
- 11. #BlackOps7 15.4K posts
- 12. Jalen Johnson 8,777 posts
- 13. Wale 32.6K posts
- 14. 1-800 Heartbreak 1,393 posts
- 15. Domain For Sale 12.3K posts
- 16. Drake Maye 21.2K posts
- 17. Judge 206K posts
- 18. Bihar 237K posts
- 19. Robbed You 4,024 posts
- 20. Disc 2 1,019 posts
You might like
-
Animesh Chetia
@AnimeshChetia -
Manash Keot
@ManashKeot1 -
Himanshu Pathak
@Himanshuassam -
Sankar Jyoti Patar
@SankarJyotiPat3 -
Sri Dhrubajit Hazarika
@DhrubajitHazar2 -
Sorat Kr Gogoi
@KrSorat -
Omprakash Nath (Ohmeee)
@omprakashnath92 -
Amit Singha
@YengkhomAmit -
Rupan kumar Ghosh
@RupankumarGhos1 -
Ranjita yengkhom
@Ranjita79539829 -
Naba Bikash🦋
@NabaBikash259 -
lokajyoti phukan
@LokaJyoti -
Rintu Das
@IamRintuDas -
Aditya Kamal Riyan
@AdityaK75431598 -
👥জনতা জনাৰ্দন (JANTA JANARDAN )
@JANATAJANARDAN6
Something went wrong.
Something went wrong.