AssamAssembly's profile picture. The Assam Legislative Assembly is the unicameral legislature of the Indian state of Assam. Biswajit Daimary is the current speaker of ALA.

Assam Legislative Assembly

@AssamAssembly

The Assam Legislative Assembly is the unicameral legislature of the Indian state of Assam. Biswajit Daimary is the current speaker of ALA.

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অঙ্গীকাৰ কৰোঁ আহক যে দৈনিক যোগাভ্যাসৰ জৰিয়তে নিজৰ দেহ-মনক সুস্থ আৰু সমৃদ্ধ ৰাখোঁ। #YogaDay2025

AssamAssembly's tweet image. আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অঙ্গীকাৰ কৰোঁ আহক যে দৈনিক যোগাভ্যাসৰ জৰিয়তে নিজৰ দেহ-মনক সুস্থ আৰু সমৃদ্ধ ৰাখোঁ।

#YogaDay2025

সপ্তাহটোৰ বিশেষ শব্দ। . . #AssamAssembly

AssamAssembly's tweet image. সপ্তাহটোৰ বিশেষ শব্দ।
.
.
#AssamAssembly

১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে। . . #BuddhaPurnima

AssamAssembly's tweet image. ১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে।
.
.
#BuddhaPurnima

মাতৃয়ে মাত্ৰ নিজৰ সন্তানকে যোগ্য কৰি তোলাত অৰিহণা নোযোগাই, এখন সমাজকো এজন যোগ্য নাগৰিক আগবঢ়াই দিয়ে। যিজনে হয়টো এদিন আমাৰ সমাজখন বিশ্বদৰবাৰত চিহ্নিত কৰাত সহায় কৰে। . . #AssamAssembly #mothersday

AssamAssembly's tweet image. মাতৃয়ে মাত্ৰ নিজৰ সন্তানকে যোগ্য কৰি তোলাত অৰিহণা নোযোগাই, এখন সমাজকো এজন যোগ্য নাগৰিক আগবঢ়াই দিয়ে। যিজনে হয়টো এদিন আমাৰ সমাজখন বিশ্বদৰবাৰত চিহ্নিত কৰাত সহায় কৰে।
.
.
#AssamAssembly #mothersday

সপ্তাহটোৰ বিশেষ শব্দ। . . #AssamAssembly

AssamAssembly's tweet image. সপ্তাহটোৰ বিশেষ শব্দ।
.
.
#AssamAssembly

Loading...

Something went wrong.


Something went wrong.