AssamTalks2025's profile picture.

Assam Talks

@AssamTalks2025

📷‘২৬ৰ ৰাজনীতিক লৈ বিজেপি যুৱ নেতা প্ৰাঞ্জল কলিতাৰ বাক্যবান 📷কংগ্ৰেছ নেতা ৰূপক দাসে কি প্ৰত্যাহ্বান জনালে বিজেপিৰ যুৱনেতা গৰাকীক? 📷২০২৬ত কি কৌশলেৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব বুলি দাবী কৰিলে কংগ্ৰেছ নেতা ৰূপক দাসে? #talkshow #assamtalksdigital 👇 facebook.com/share/v/1GDJ8m…


📌মিঞা ৰাজনীতিৰ টেগ কংগ্ৰেছৰ গাত বিজেপিয়ে লগাইছে নেকি? 📌ষ্টুডিঅ’ত কংগ্ৰেছ নেতা ৰূপক দাসে মুখ্যমন্ত্ৰীৰ লগত আজমলৰ কি সম্পৰ্কৰ কথা ক’লে? 📌অগপক কি প্ৰত্যাহ্বান জনালে কংগ্ৰেছ নেতা ৰূপক দাসে #talkshow #assamtalksdigital 👇 facebook.com/share/v/1AC9Tj…


📷২০২৬ত বিজেপি-অগপৰ মাজত অত্যধিক আসনত বন্ধুত্ব পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব নেকি? 📷টিকেট কেন্দ্ৰীক বিসম্বাদে দল দুটাৰ মাজত সংঘাতৰ সৃষ্টি কৰিব নেকি? 📷অগপ নেতা পৰেশ চন্দ্ৰ বৈশ্যই অগপৰ স্থিতি কি বুলি ক’লে শুনক 📷কিমান আসন বিচাৰিব বিজেপিৰ পৰা অগপই? 👇 facebook.com/share/v/19ySo6…


📷২৬ৰ নিৰ্বাচনলৈ কেনেকৈ সাজু হৈছে বিজেপি মিত্ৰজোঁট? 📷ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব জানো ২৬ ৰ নিৰ্বাচনৰ পূৰ্বে 📷বিৰোধী ঐক্য সঁচাকৈ পিকনিক পাৰ্টী নেকি? 📷কংগ্ৰেছক কিমান আসন এৰি দিলে বিজেপিয়ে? 👇 facebook.com/share/v/17RMak…


📷ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন 📷দিল্লীৰ পালম বিমান বন্দৰত পুটিনক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডীয়ে 📷মোডীৰ লগতে পুটিনক আদৰণি জনালে কেইবাজনো মন্ত্ৰীয়ে 👇 facebook.com/share/v/1JdSor…


প্ৰাক্তন আয়কৰ বিষয়া খুৰ্ছেদ খানৰ সম্পত্তি বাজেয়াপ্ত। বাজেয়াপ্ত কৰিলে খুৰ্ছেদ খানৰ পত্নীৰ সম্পত্তিও। ED-এ বাজেয়াপ্ত কৰিলে ৩১.৭৬ লাখ টকাৰ সম্পত্তি। #khurshedkhan #ED #assamtalksdigital


২৬ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে শাসক বিৰোধী । ২৬ৰ ৰাজনীতিৰ ৰণাংগনলৈ কেনেকৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট। #election2026 #AkhilGogoi #lurinjyotigogoi #GauravGogoi #assamtalksdigital 👇 facebook.com/share/v/1CuBku…


ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ লাভ কৰিছে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাই। এটা ঠিকাদাৰী প্ৰতিষ্ঠানক বিধায়কগৰাকীয়ে দাবী কৰিছে হেনো ধন।


প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰি বিপদত ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মী। ৪ টা দিনে প্ৰতিবাদ সাব্যস্ত কৰি চাকৰি হেৰুৱালে প্ৰায় ৮০০ কৰ্মচাৰীয়ে। ইয়াৰ মাজতো চচলত প্ৰতিবাদ অব্যাহত ৰাখিলে কৰ্মচাৰীসকলে । অৰ্ধ উলংগ হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ 👇 facebook.com/share/v/1DB2JY…


📷ভাৰতীয় অৰ্থনীতিত ডলাৰে চেঞ্চুৰী মৰাৰ পথত 📷ইতিহাসৰ সৰ্বাধিক পতন ডলাৰৰ বিপৰীতে টকাৰ মূল্য 📷দেশৰ অৰ্থনীতিৰ ভয়ংকৰ ভৱিষ্যতৰ আশংকা 📷টকাৰ পতনে খাৰুৱা তেল, ইলেকট্ৰনিকছ সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব 👇 facebook.com/share/v/17ujFZ…


ৰাজ্যত এইবাৰ পোহৰলৈ আহিছে শিক্ষক নিযুক্তিৰ ভয়ংকৰ কেলেংকাৰী। ভুৱা চাৰ্টিফিকেট দি শিক্ষকৰ চাকৰি লাভ কৰিছিল বহুতে। CIDত ৰুজু হ’ল গোচৰ। অতি শীঘ্ৰেই ৰঙাঘৰৰ আলহী হ’ব লাগিব ৫০তকৈ অধিক শিক্ষক। #FakeTeacher #technoglobaluniversity #Incident #assamtalksdigital


বিৰোধীৰ মিত্ৰতাৰ অংক এতিয়াও লিলি হোটেলৰ চাহৰ মেজতে আছে, কাক এৰিব কাক ধৰিব এতিয়াও চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছ নেতৃত্বই। অখিল গগৈয়ে কি স্থিতি ল’ব আনেটো বাদেই তেওঁ নিজেও সম্ভৱতঃ ধৰিব পৰা নাই। 👇 facebook.com/share/v/17XzNd…


বাংলাদেশৰ মৌলবাদী সংগঠনৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰৰ গৃহ বিভাগ। কুখ্যাত JMB, ABT, AQISৰ প্ৰচাৰ আৰু প্ৰসাৰ বন্ধ হ’ল অসমত । আজিৰে পৰাই প্ৰতিখন জিলাত চলিব জেহাদী বিৰোধী অভিযান। #bangladeshi #HimantaBiswaSarma #Incident #assamtalksdigital


此帳戶目前尚未追蹤任何人

United States 趨勢

Loading...

Something went wrong.


Something went wrong.