Modhu454's profile picture. বৰগছ হ'ব
নোৱাৰিলেও নাই,
লাগিলে এৰাগছেই হ'ম
কিন্তু গছ হ'ম, লতা নহ‌ওঁ।।🌿

Modhusmita Hazarika

@Modhu454

বৰগছ হ'ব নোৱাৰিলেও নাই, লাগিলে এৰাগছেই হ'ম কিন্তু গছ হ'ম, লতা নহ‌ওঁ।।🌿

Shocked by the sudden demise of popular singer Zubeen Garg. He will be remembered for his rich contribution to music. His renditions were very popular among people across all walks of life. Condolences to his family and admirers. Om Shanti.

অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🌼

Modhu454's tweet image. অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🌼

মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে কবলৈ 🍂 আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ..?

Modhu454's tweet image. মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে কবলৈ 🍂
আছেনে সময় তোমাৰ
সমীৰৰ খবৰ শুনাৰ..?

A well spent day✨ 📍 Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra

Modhu454's tweet image. A well spent day✨
📍 Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra

হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম, তোমাক নাপালে তুমি দিয়া মিঠা মিঠা স্মৃতি তাতেই বিচাৰি পাম।🌻

Modhu454's tweet image. হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম,
তোমাক নাপালে তুমি দিয়া মিঠা মিঠা
স্মৃতি তাতেই  বিচাৰি পাম।🌻
Modhu454's tweet image. হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম,
তোমাক নাপালে তুমি দিয়া মিঠা মিঠা
স্মৃতি তাতেই  বিচাৰি পাম।🌻

পিন্ধি লৈছোঁ সৰিয়হ ফুলিয়া হাঁহি এটি তোমাৰ বুকুত ঘৰ সাজিম বুলি💛

Modhu454's tweet image. পিন্ধি লৈছোঁ সৰিয়হ ফুলিয়া হাঁহি এটি
তোমাৰ বুকুত ঘৰ সাজিম বুলি💛
Modhu454's tweet image. পিন্ধি লৈছোঁ সৰিয়হ ফুলিয়া হাঁহি এটি
তোমাৰ বুকুত ঘৰ সাজিম বুলি💛

Sunshine state of mind✨

Modhu454's tweet image. Sunshine state of mind✨

Take off that shyness and wear some red❤️😉

Modhu454's tweet image. Take off that shyness and wear some red❤️😉
Modhu454's tweet image. Take off that shyness and wear some red❤️😉
Modhu454's tweet image. Take off that shyness and wear some red❤️😉
Modhu454's tweet image. Take off that shyness and wear some red❤️😉

মোক ৰঙা কৰিবলৈ ইমানখিনি ৰঙা নালাগে, তোমাৰ পোহৰেই হ'ব মোৰ আন্ধাৰৰ শলিতা, তোমাৰ হাঁহিয়ে হ'ব মোৰ সমাধিৰ, মই বিচৰা সেই শেষৰ পাহ ৰঙা গোলাপ🌹

Modhu454's tweet image. মোক ৰঙা কৰিবলৈ ইমানখিনি ৰঙা নালাগে, 
তোমাৰ পোহৰেই হ'ব মোৰ আন্ধাৰৰ শলিতা,
তোমাৰ হাঁহিয়ে হ'ব মোৰ সমাধিৰ,
মই বিচৰা সেই শেষৰ পাহ ৰঙা গোলাপ🌹

Souls of Sunshine ✨

Modhu454's tweet image. Souls of Sunshine ✨

কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব, সহজ হ'ব মোৰ কাতৰ উশাহ নীলিমাৰ নিমজ গালত টপ কৰে চুমা এটা খাই ক'ম,বাঃ কি সুন্দৰ জিলমিল এই ৰ'দৰ বতাহ! ______হীৰেন ভট্টাচাৰ্য

Modhu454's tweet image. কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব,
সহজ হ'ব মোৰ কাতৰ উশাহ
নীলিমাৰ নিমজ গালত
টপ কৰে চুমা এটা খাই ক'ম,বাঃ কি সুন্দৰ
জিলমিল এই ৰ'দৰ বতাহ!

         ______হীৰেন ভট্টাচাৰ্য

নীলৰঙী ভাষাৰে চুই চাওঁ অনুভৱক, সেউজী সপোন সানি..!

Modhu454's tweet image. নীলৰঙী ভাষাৰে
চুই চাওঁ অনুভৱক,
সেউজী সপোন সানি..!
Modhu454's tweet image. নীলৰঙী ভাষাৰে
চুই চাওঁ অনুভৱক,
সেউজী সপোন সানি..!
Modhu454's tweet image. নীলৰঙী ভাষাৰে
চুই চাওঁ অনুভৱক,
সেউজী সপোন সানি..!

তেওঁ প্ৰিয় হৈ থাকক এনেদৰেই কোনো অজুহাত অবিহনে, এটুকুৰা আৱেগ হৈ মোৰ হৃদয়ত🌹

Modhu454's tweet image. তেওঁ প্ৰিয় হৈ থাকক এনেদৰেই
কোনো অজুহাত অবিহনে,
এটুকুৰা আৱেগ হৈ মোৰ হৃদয়ত🌹

কৃষ্ণচূড়াবোৰ সঁচাকৈয়ে বৰ নিলাজ না সুবাস আছে না আছে কিবা অস্তিত্ব আছে যদি কেৱল এবুকু ৰঙা যাক প্ৰতিবাৰে বতাহে সৰায়... তথাপিও জানো ফুলিবলৈ বাদ দিয়ে.?

Modhu454's tweet image. কৃষ্ণচূড়াবোৰ সঁচাকৈয়ে বৰ নিলাজ
না সুবাস আছে 
না আছে কিবা অস্তিত্ব 
আছে যদি কেৱল এবুকু ৰঙা যাক
প্ৰতিবাৰে বতাহে সৰায়...
তথাপিও জানো ফুলিবলৈ বাদ দিয়ে.?

নিৰস হৃদয়ত প্ৰেমৰ তেজাল ৰস ঢালি,ৰসাল কৰিব নালাগে দিয়া.. মাথোঁ সদায় প্ৰিয়জন হৈ ৰোৱা।।❣️

Modhu454's tweet image. নিৰস হৃদয়ত প্ৰেমৰ তেজাল ৰস ঢালি,ৰসাল কৰিব নালাগে দিয়া.. মাথোঁ সদায় প্ৰিয়জন হৈ ৰোৱা।।❣️

বেলিফুলৰ হাঁহি এটি পিন্ধি আহা আমি ৰ'দৰ কবিতা লিখোঁ, বৰষুণৰ গীত গাওঁ আৰু আকাশ এখনত সপোনক উৰিব দিওঁ💙

Modhu454's tweet image. বেলিফুলৰ হাঁহি এটি পিন্ধি
আহা আমি ৰ'দৰ কবিতা লিখোঁ,
বৰষুণৰ গীত গাওঁ
আৰু আকাশ এখনত
সপোনক উৰিব দিওঁ💙

এইয়া বসন্তকাল ফুলতকৈ কাঁইতেই ভাল এইবুলি কৈ মোৰ কোলাত আহি পৰিল তেজৰঙা বুলবুলি এহাল কাঁইটীয়া গোলাপৰ ডাল🌹

Modhu454's tweet image. এইয়া বসন্তকাল 
ফুলতকৈ কাঁইতেই ভাল
এইবুলি কৈ মোৰ কোলাত আহি পৰিল
তেজৰঙা বুলবুলি এহাল
কাঁইটীয়া গোলাপৰ ডাল🌹

#বহাগ🌼 ৰঙালী বিহুৰ শুভেচ্ছা।

Modhu454's tweet image. #বহাগ🌼
ৰঙালী বিহুৰ শুভেচ্ছা।

" ব'হাগ মথোঁ এটি ঋতু নহয় নহয় ব'হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুসৰেখা গণ জীৱনৰ ই সাহ " এই আয়ুসৰেখা স্বৰূপ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো । এই ৰঙালীৰ ৰঙেৰে উদ্ভাসিত হওক জীৱন জীপাল হওক প্ৰাণ ।

Modhu454's tweet image. " ব'হাগ মথোঁ এটি ঋতু নহয় 
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুসৰেখা
গণ জীৱনৰ ই সাহ "
এই আয়ুসৰেখা স্বৰূপ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো । এই ৰঙালীৰ ৰঙেৰে উদ্ভাসিত  হওক জীৱন জীপাল হওক প্ৰাণ ।

Loading...

Something went wrong.

Something went wrong.