Nayan Jyoti Sarma
@nayanjsarma_njs
জীৱনটো সাম্যাৱস্থাত থকাটো বিচাৰোঁ.......বেছি ধনাত্মকো নহয় ঋণাত্মকো নহয়।
Shocked by the sudden demise of popular singer Zubeen Garg. He will be remembered for his rich contribution to music. His renditions were very popular among people across all walks of life. Condolences to his family and admirers. Om Shanti.
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।
Take action against Headmaster of Kujarpith High School,Barpeta District (Omar Faruk Khan) for physically and mentally harassment against Students and colleagues @himantabiswa @ranojpeguassam @DCBarpeta
Sir/Madam,I(we) the Botany Degree holders are eagerly waiting for your Master Degree course in Botany. So I(We) Request you to provide me(us)the opportunity to get Master Degree in Botany in Distance mode as soon as possible @OfficialIGNOU @IGNOUHelp_in @GuwahatiIgnou @IgnouVc
বৰপেটা জিলাৰ ভৱানীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুজাৰপীঠ হাইস্কুলত প্ৰাৰ্থনাৰ সলনি নিতৌ কোৰাণৰ ফাতিহা চূড়া পৰিৱেশন কৰা হয়,তদন্ত কৰক...মোৰ নাম উল্লেখ নকৰিব @himantabiswa @ranojpeguassam @Pijush_hazarika @NewsLiveGhy @news18assam
Sir,Barbari Kahara High School(Madrassa) (18050403908) under Bajali Education Block of Barpeta District have less number of students. So,I request you to Attached the School with nearest School for the overall development @himantabiswa
ছাৰ,বজালী জিলাৰ অন্তৰ্গত তিত্কা ৰিজাৰ্ভ আৰু বালাপাৰা ৰিজাৰ্ভত অলপতে জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে।নাগৰিকসকলৰ নথিপত্ৰ পৰীক্ষা কৰি উচিত ব্যবস্থা গ্ৰহণ কৰিব বুলি আমি আপোনাৰ ওচৰত আশাবাদী। @RanjeetkrDass @himantabiswa
মাননীয় ছাৰ,বজালী জিলাৰ অন্তৰ্গত হাইস্কুলসমূহৰ শিক্ষক শিক্ষয়িত্ৰীৰ Rationalisation ৰ কাম পঞ্চায়ত নিৰ্বাচনৰ ঠিক পিছতেই কৰিবলৈ অনুৰোধ কৰিলো,বহুতো বিদ্যালয় অসুবিধাৰ সন্মুখীন হৈছে @himantabiswa @ranojpeguassam
ছাৰ, আপোনাক বনগাওঁ(বজালী জিলা) লৈ নিমন্ত্ৰণ জনালোঁ, এবাৰ আহিব..... সময় সুবিধা পালে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু সভা মহোৎসৱত আহিব(প্ৰতি বছৰে ভীষ্মাষ্টমীত আৰম্ভ হয়) 🙏🙏🙏 @himantabiswa
Respected Sir,I am working in Barbari Kahara HS(18050403908)under Bajali Edn.Block and District.Our school have 6to10 Class and 102students and 4 Science Teacher alongwith me. So,I request you to transfer me to near Bangaon,Pathsala to serve parents @himantabiswa @ranojpeguassam
ছাৰ, অসমৰ বিদ্যালয়ত আৰবী ঐচ্ছিক বিষয় আৰু প্ৰাতঃসভাত কোৰাণ পাঠ বন্ধ কৰিব লাগে @himantabiswa
@ranojpeguassam চাৰ, August মাহত Mutual আবেদন কৰা বহুশিক্ষকৰ Time line Show কৰা নাই ।পূজাৰ আগতে এই সকল শিক্ষকৰো বদলিৰ Order উলিয়াই কৃতাৰ্থ কৰে যেন ।
মাননীয় মহোদয়, বৰপেটা জিলাৰ অন্তৰ্গত বনগাওঁ আৰু বাৰাকাহিৰ মাজত যোগাযোগ স্থাপন কৰা কালদিয়া নদীৰ ওপৰৰ দলংখন আজি উটুৱাই নিয়াৰ ফলত সমগ্ৰ অঞ্চলৰ যোগাযোগ ব্যাহত হৈ পৰে। গতিকে, মহোদয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰাৰ্থনা কৰিলো। @himantabiswa @RanjeetkrDass
THANK YOU FOR EVERYTHING! @himantabiswa @ranojpeguassam @lonsaikia @CMOfficeAssam @mygovassam
@himantabiswa @ranojpeguassam @jayanta_malla মহাশয়, আপোনালোকক ভগৱানে সদায় অসমৰ ৰাইজৰ অভিভাৱক কৰি ৰাখক তাৰে প্ৰাথৰ্না কৰিছো, বহুত ধন্যবাদ👏👏👏আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰা বাবে । #highschool_grace_candidates
High school ৰ Final List ত থকাবোৰক নিযুক্তি দিয়ক sir, Please Please Please sir.
We're those unfortunate deprived candidates who's been trying and fighting for our true rights to get appointed as graduate teachers without any further delay,, please accept our prayers and requests and give us appointment on 22nd September 2022 and help us fulfill our dreams
#হাইস্কুলৰ১৩৮৩গৰাকীনিযুক্তিবঞ্চিতপ্ৰাৰ্থীকনিযুক্তিপ্ৰদানকৰক @himantabiswa @ranojpeguassam শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়,২২ছেপ্তেম্বৰত হ'ব লগা নিযুক্তি প্ৰক্ৰিয়াত আমাকো অন্তৰ্ভুক্ত কৰক। অনিশ্চয়তা আৰু হতাশাত আমাৰ মানসিক অৱস্থা একেবাৰে বেয়া হৈ গৈছে
#হাইস্কুলৰ১৩৮৩গৰাকীনিযুক্তিবঞ্চিতপ্ৰাৰ্থীকনিযুক্তিপ্ৰদানকৰক @himantabiswa @ranojpeguassam শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়,২২ছেপ্তেম্বৰত হ'ব লগা নিযুক্তি প্ৰক্ৰিয়াত আমাকো অন্তৰ্ভুক্ত কৰক। অনিশ্চয়তা আৰু হতাশাত আমাৰ মানসিক অৱস্থা একেবাৰে বেয়া হৈ গৈছে
United States Trends
- 1. Jeremiyah Love 1,335 posts
- 2. #Varanasi 252K posts
- 3. Massie 98.2K posts
- 4. Zvada N/A
- 5. #CollegeGameDay 2,361 posts
- 6. #GoIrish 1,830 posts
- 7. Charlie Becker N/A
- 8. Todd Snider N/A
- 9. Aaron Donald 2,771 posts
- 10. #MeAndTheeSeriesEP1 1.48M posts
- 11. Pat McAfee 1,297 posts
- 12. Lawson Luckie N/A
- 13. #Caturday 5,255 posts
- 14. Brooklynn 4,509 posts
- 15. Northwestern 3,518 posts
- 16. Good Saturday 37.3K posts
- 17. Willie Green 5,253 posts
- 18. Wrigley Field 1,260 posts
- 19. James Franklin 2,350 posts
- 20. Marjorie 123K posts
Something went wrong.
Something went wrong.