Sujit Kumar Nath
@sujitkumarnath0
Working at Reserve Bank of India || B Tech in ECE, NIT Silchar (2017-21)
You might like
ভাৰতৰ ভিতৰত ইতিহাস সৃষ্টি কৰিলে চাবুৱাৰ ডিকম AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে।কলিকতাৰ চাহ নিলাম কেন্দ্ৰত ১,৫১,০০১ টকাত বিক্ৰী হ'ল এক কিলোগ্ৰাম গ’ল্ডেন পাৰ্ল টি। AFT Techno Trade-ৰ গ’ল্ডেন পাৰ্ল টিয়ে সৃষ্টি কৰিলে নতুন ইতিহাস। #Assam #Tea
I have resigned from Punjab National Bank after two months of service. This was my first govt Job. Learnt a lot in these two months.
ভগৱান শ্ৰীৰাম জন্মভূমি অযোধ্যাত। জয় শ্ৰী ৰাম🙏
সকলোৰে আশীৰ্বাদৰ বলতেই আজি ভাৰত চৰকাৰৰ আটাইতকৈ পুৰণি আৰু দ্বিতীয় বৃহত্তম চৰকাৰী বেংক : পঞ্জাৱ নেচনেল বেংকত যোগদান কৰিলোঁ।
Ab toh aadat hi ban gayi hai yaise jeene ka💔 RCB fans can relate. #RCBvRR #RCBvsRR #JosButtler
Assam is devastated by flood again . Scenes from Haflong Railway station. #AssamFloods #Assam #IndianRailways
সকলোকে আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আগন্তুক অসমীয়া নৱবৰ্ষই যেন সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনক।
#YouTube চেনেল খুলি Creative ৰ বিষয়ৰ ওপৰত video বনাওঁক ! এইবোৰ আকৌ কিহৰ পাগলামী আজি মালপোৱা বনালোঁ, মাহীৰ ঘৰলৈ গৈ আছো আপোনালোকে চাই থাকিব.. 😑😑
আজিৰ সমাজ বিজ্ঞান পৰীক্ষাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মন্তব্য।
আমাৰ ভুল হয়.. দাঙৰ- ডাঙৰ (শুদ্ধ..) প্ৰভূ - প্ৰভু পুজা - পূজা দৰ্শণ - দৰ্শন ভেকুলি - ভেকুলী ভুত - ভূত (ভূতনাথ) মূখ্য - মুখ্য (মন্ত্ৰী) ৰছনা - ৰচনা তপশ্যা - তপস্যা ধুকাল - ঢুকাল ( মানুহজন ঢুকাল) গৃহিত - গৃহীত জুতা - জোতা
হয় ছাৰ..মূৰ্খামী বুলি কম এইয়া।।আমাৰ পৰীক্ষা চেন্টাৰ ৬ ৭ কিঃমিঃ দূৰত হয়...কথাবোৰ ভালদৰে বিবেচনা কৰি চালে ভাল হয়। @himantabiswa @ranojpeguassam @DilipSaikia4Bjp
যেতিয়া মই কমন দিয়া প্ৰায় গোটেই বোৰ প্ৰশ্নই আহিছিল বিজ্ঞানত
কাইলৈ আৰু পৰহিলৈ চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংস্থাৰ। কিন্তু কাইলৈ মেট্ৰিক পৰীক্ষা আছে। তাৰ মাজত এই বন্ধ দিয়াটো মূৰ্খামিৰ পৰিচয়। সকলোৰে ব্যক্তিগত বাহন নাথাকে। যদি পাৰে বন্ধটো উঠাই লওঁক। ছাত্ৰ-ছাত্ৰীসকল, পৰীক্ষালৈ অলপ সোনকালে ওলাই যাবা কাইলৈ ( যিসকলৰ ব্যক্তিগত বাহন নাই)
United States Trends
- 1. Sonny Gray 7,465 posts
- 2. Rush Hour 4 9,381 posts
- 3. Godzilla 20.8K posts
- 4. Dick Fitts N/A
- 5. Red Sox 7,294 posts
- 6. National Treasure 5,533 posts
- 7. Raising Arizona N/A
- 8. Happy Thanksgiving 21.6K posts
- 9. Gone in 60 2,024 posts
- 10. 50 Cent 4,607 posts
- 11. Chelsea 323K posts
- 12. Clarke 6,533 posts
- 13. #yummymeets N/A
- 14. Giolito N/A
- 15. Brett Ratner 3,003 posts
- 16. Lord of War 1,468 posts
- 17. NextNRG Inc N/A
- 18. Ghost Rider 2,427 posts
- 19. #GMMTV2026 4.01M posts
- 20. #ThanksYouTube N/A
You might like
-
Akash Das
@mrdas_axom -
মালবিকা
@talent_axom -
Bikash Boruah Bikash
@BikashBoruahBi2 -
Bukhamlung Khunchow
@BukhamlungK -
Rupam Sarma
@RupamSa19176656 -
🅼🅾🅽🆄 🅼🅾🆉🆄🅼🅳🅴🆁🤞
@MozumderMonu -
Jabin
@Jabin_1 -
Mohan Dihingia
@MohanDihingia -
সঞ্জীৱ নাথ
@SanjibNA1 -
Dipānkar Koch
@Axm1Dipankar -
Jitumani Nath
@JITUMANINATH13 -
Debajit Mudoi
@Mudoidebajot201 -
অৰ্ণৱনীল গোস্বামী
@Sri__silencer -
Riki Arbind kashyap sovapodit®
@rikiarkashyap1
Something went wrong.
Something went wrong.