Borokha7's profile picture. আবেলিবোৰ প্ৰিয়।।🦋

☘️নিৰৱতাৰ আজন্ম প্ৰেমত ডুব যোৱা,স্বল্পভাষী জনী মই ! 😌

বৰ্ষা ⛈️

@Borokha7

আবেলিবোৰ প্ৰিয়।।🦋 ☘️নিৰৱতাৰ আজন্ম প্ৰেমত ডুব যোৱা,স্বল্পভাষী জনী মই ! 😌

Pinned

Good morning 🍃

Borokha7's tweet image. Good morning 🍃

বৰ্ষা ⛈️ reposted

শুকাল সোৱণশিৰি। বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল। উল্লেখ্য যে, শুকুৰবাৰে নামনি সোৱণশিৰিত নিৰ্মিত বৃহৎ নদীবান্ধৰ কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰ্ছন টানেলৰ সন্মুখ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত মাত্ৰ ২ ঘণ্টাতে শুকাই যায় সোৱণশিৰি নদী।

RITURAJ_BHUYAN_'s tweet image. শুকাল সোৱণশিৰি। বন্ধ হ'ল মাজুলী-লখিমপুৰ ফেৰী সেৱা, নৈৰ মাজত চলিছে মটৰ চাইকেল।
উল্লেখ্য যে, শুকুৰবাৰে নামনি সোৱণশিৰিত নিৰ্মিত বৃহৎ নদীবান্ধৰ কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰ্ছন টানেলৰ সন্মুখ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত মাত্ৰ ২ ঘণ্টাতে শুকাই যায় সোৱণশিৰি নদী।

#লৰালি কি বাৰু চিনি পাইছে নে ?

Borokha7's tweet image. #লৰালি
কি বাৰু চিনি পাইছে নে ?

বৰ্ষা ⛈️ reposted

কিবা এটা ভাল লাগিল😍🥰 #আইত


বালি হুঁচৰি__ . . . . #mobilephotography #Bihu

Borokha7's tweet image. বালি হুঁচৰি__
.
.
.
.
#mobilephotography #Bihu

বৰ্ষা ⛈️ reposted

লক্ষ্য যদি সমন্বয়, সমন্বয়ৰ নামত কৰা কামবোৰো সমন্বয়মুখী হব লাগিব ৷ সমন্বয়কামী কামৰ ফলাফলো সমন্বয়মুখী হব লাগে ৷ সমন্বয় পৰস্পৰ শ্ৰদ্ধাশীলতাত থাকে । গামোচাখন গামোচা হয়েই থাকিব দিয়ক ৷

NitumoniSaikia0's tweet image. লক্ষ্য যদি সমন্বয়, সমন্বয়ৰ নামত কৰা কামবোৰো সমন্বয়মুখী হব লাগিব ৷ সমন্বয়কামী কামৰ ফলাফলো সমন্বয়মুখী হব লাগে ৷ সমন্বয় পৰস্পৰ শ্ৰদ্ধাশীলতাত থাকে । গামোচাখন গামোচা হয়েই থাকিব দিয়ক ৷

বৰ্ষা ⛈️ reposted

আন কাৰোবাৰ প্ৰাপ্য বঁটা, আন কাৰোবাৰ কামৰ ক্ৰেডিট নিজৰ কৰি লব পৰাটোও এক প্ৰকাৰ ৰ কলা ই । #অসম_চলচ্চিত্ৰ_বটাঁ


ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ।। . . . #NaturePhotography #mobilephotography

Borokha7's tweet image. ক্লান্ত সময় উন্মুক্ত বতাহ 
ৰুগ্ন হৃদয় ৰাঙলী আকাশ।।
.
.
.

#NaturePhotography 
#mobilephotography

বৰ্ষা ⛈️ reposted

ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতকলৈ কিমান দিনলৈ হেতালি খেলিব? আমুল সংস্কাৰটো বাদেই, পৰীক্ষা এটা নিয়াৰিকৈ চলাব পৰাকৈও AHSEC সংশোধন নহ’ল । প্ৰশ্নকাকত নহয়, এইবাৰ ফাদিল হ’ল ৰসায়ন বিজ্ঞানৰ হাতে লিখা প্ৰশ্নকাকত । কিমান দিনলৈ এনেদৰে চলিব…


সান্নিধ্যৰ সৰাপাত বুটলি বুলিলো আলিবাট উইয়ে খোৱা পাতৰ মাজত নিজক পালো অকষ্মাৎ . . . . . #mobilephotography #nature #copy

Borokha7's tweet image. সান্নিধ্যৰ সৰাপাত বুটলি 
বুলিলো আলিবাট
উইয়ে খোৱা পাতৰ মাজত
নিজক পালো অকষ্মাৎ
.
.
.
.
.
#mobilephotography #nature #copy

✨ এইয়া বনৰীয়া সুবাসবোৰ 🌿 যʼত সহযত্ন,আলাসৰে এপদ, এপদতকৈ প্ৰকৃতিয়ে সংগ্ৰহ কৰি ধৰিত্ৰীৰ চুকে-কোণে ৰাখিছে ! 🍃 . . .

Borokha7's tweet image. ✨ এইয়া বনৰীয়া সুবাসবোৰ 🌿
 যʼত সহযত্ন,আলাসৰে এপদ, এপদতকৈ  প্ৰকৃতিয়ে সংগ্ৰহ কৰি ধৰিত্ৰীৰ  চুকে-কোণে ৰাখিছে ! 🍃
.
.
.

🌼তুমি যদি ✨🌿 পৰিমাপহীন ভালপোৱা বন্যাৰ তুমি যদি প্ৰবল স্ৰোত হʼলা হয় , কোনো আপত্তিহীনভাবে মই উন্মাদ ডুবাৰু হিচাপে ঘোষিত হ'লো হয়! নিজম তমসাত ৰচা তুমি যদি কবিতা হʼলা হয়, ছন্দ মিলোৱাৰ প্ৰয়াসত অগণন নিশা উজাগৰে কটালো হয়! . . . #nature #NaturePhotography #naturelover

Borokha7's tweet image. 🌼তুমি যদি ✨🌿
পৰিমাপহীন ভালপোৱা বন্যাৰ
তুমি যদি প্ৰবল স্ৰোত হʼলা হয় ,
 কোনো আপত্তিহীনভাবে মই 
 উন্মাদ ডুবাৰু হিচাপে ঘোষিত হ'লো হয়!

নিজম তমসাত ৰচা
তুমি যদি কবিতা হʼলা হয়, 
ছন্দ মিলোৱাৰ প্ৰয়াসত
অগণন নিশা উজাগৰে  কটালো হয়!
.
.
.
#nature #NaturePhotography 
#naturelover

কিছু সময় নিজৰ সৈতে 🍃

Borokha7's tweet image. কিছু সময় নিজৰ সৈতে 🍃

ভাল লগা দিনবোৰ #শৈশৱ

Borokha7's tweet image. ভাল লগা দিনবোৰ
#শৈশৱ

🍂ভাল পোৱাৰ সংজ্ঞা জানো এনেকৈ? যʼত নতুনত্বৰ সুৰত ৰাগী হৈ,গোঁঠা স্বপ্ন মালাক ছিন্ন- বিছিন্ন কৰি , বিষাদৰ জৰীডালেৰ একোণত বান্ধি,উভতি নহাৰ প্ৰতিশ্ৰুতিৰ বাটত খোজ দি যোৱা মাথোঁ এক সম্পৰ্কৰ নাম !

Borokha7's tweet image. 🍂ভাল পোৱাৰ সংজ্ঞা জানো এনেকৈ? যʼত নতুনত্বৰ সুৰত ৰাগী হৈ,গোঁঠা স্বপ্ন মালাক ছিন্ন- বিছিন্ন কৰি , বিষাদৰ জৰীডালেৰ একোণত বান্ধি,উভতি নহাৰ প্ৰতিশ্ৰুতিৰ বাটত খোজ  দি যোৱা মাথোঁ এক সম্পৰ্কৰ নাম !

🌀✨ নীৰৱতা ভাঙি কুল কুল শব্দৰে বৈ যোৱা নিজৰাটি 🍃🤍 . .

Borokha7's tweet image. 🌀✨ নীৰৱতা ভাঙি কুল কুল শব্দৰে বৈ যোৱা নিজৰাটি 🍃🤍
.
.

☁️ডাৱৰৰ পাতল চাদৰখনেৰে লুকা- ভাকু খেলি থকা জোনটি🌜

Borokha7's tweet image. ☁️ডাৱৰৰ পাতল চাদৰখনেৰে লুকা- ভাকু খেলি থকা জোনটি🌜

🌼✨ মেঘময় আকাশে লগৰী নদীক আজি প্ৰশ্ন কৰিছে " কিমানখিনি প্ৰেমৰ গভীৰতালৈ ডুবিলে প্ৰকৃত প্ৰেমৰ পৰশ পাব পাৰি? ” #nature #naturelovers

Borokha7's tweet image. 🌼✨ মেঘময় আকাশে লগৰী নদীক আজি প্ৰশ্ন কৰিছে " কিমানখিনি প্ৰেমৰ গভীৰতালৈ ডুবিলে প্ৰকৃত প্ৰেমৰ পৰশ পাব পাৰি? ”
  #nature #naturelovers

বৰ্ষা ⛈️ reposted

হে ঈশ্বৰ তুমিয়ে সেই দুখীয়া মানুহ জনৰ কথা এবাৰো চিন্তাও নকৰিলে! কি কম বহুত দুখ পালোঁ এনেকুৱা ঘটনা কাৰোবাৰ যাতে নিদিয়া ঈশ্বৰ তোমাৰ দুটা চৰনত ধৰি মিনতি কৰোঁ!

GolapHu41906743's tweet image. হে ঈশ্বৰ তুমিয়ে সেই দুখীয়া মানুহ জনৰ কথা এবাৰো চিন্তাও নকৰিলে!
কি কম বহুত দুখ পালোঁ এনেকুৱা ঘটনা কাৰোবাৰ যাতে নিদিয়া ঈশ্বৰ তোমাৰ দুটা চৰনত ধৰি মিনতি কৰোঁ!

সন্ধিয়াৰ শেষ ৰাঙালী ৰঙকণ আকাশৰ পৰা নোহোৱাৰ হৈ যোৱা মূহুৰ্তত✨💌 #mobilephotography #nature #sunset

Borokha7's tweet image. সন্ধিয়াৰ শেষ ৰাঙালী ৰঙকণ আকাশৰ পৰা নোহোৱাৰ হৈ যোৱা মূহুৰ্তত✨💌
#mobilephotography  #nature #sunset

Loading...

Something went wrong.


Something went wrong.